অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পালন কুমাৰী পূজা

সম্পূৰ্ণ COVID প্ৰট'কলৰ মাজেৰে আজি কৰিমগঞ্জৰ 147 বৰ্ষ গৰকা টাউন কালিবাৰী পূজাত অনুষ্ঠিত হয় কুমাৰী পূজা ৷

By

Published : Oct 25, 2020, 3:11 PM IST

কুমাৰী পূজা
কুমাৰী পূজা

কৰিমগঞ্জ, 25 অক্টোবৰ: প্ৰতিকূল বতৰকো নেওচি কৰিমগঞ্জত মা দূৰ্গাৰ আশীষ ল'লে অজস্ৰ ভক্তই ৷ একেদৰে 147 বৰ্ষ গৰকা কৰিমগঞ্জ টাউন কালিবাৰী পূজাত ৰাইজে নৱমীৰ দিনটোত অনুষ্ঠিত কৰিলে কুমাৰী পূজা ৷ ভিন্ন প্ৰান্তৰ লগতে সম্পূৰ্ণ COVID প্ৰট'কল মানি কৰিমগঞ্জত ৰাইজে পালন কৰে দূৰ্গা পূজা ৷

কৰিমগঞ্জত পালন কুমাৰী পূজা

ABOUT THE AUTHOR

...view details