অসম

assam

ETV Bharat / state

কৃপানাথ মাল্লাক বিজয়ী ঘোষণা - ETV BHARAT

সৰ্বমুঠ 4,73,046 ভোট লাভেৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই জয়লাভ কৰিছে ৷ সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছৰ স্বৰূপ দাসে ৷

কৃপানাথ মাল্লাক বিজয়ী ঘোষণা কৰিমগঞ্জ জিলা প্ৰশাসনৰ

By

Published : May 23, 2019, 11:06 PM IST

কৰিমগঞ্জ, 23 মে': কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাক বিজয়ী ঘোষণা কৰিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ সৰ্বমুঠ 4,73,046 ভোট লাভ কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছৰ স্বৰূপ দাসে ৷

কৃপানাথ মাল্লাক বিজয়ী ঘোষণা কৰিমগঞ্জ জিলা প্ৰশাসনৰ
ৰাধেশ্যাম বিশ্বাসতকৈ 38,383 বেছি ভোটত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷

ABOUT THE AUTHOR

...view details