প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ - BJP
বতাহ বৰষুণকো নেওচি কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোয়া মণ্ডল এলেকাত ঘৰে ঘৰে গৈ প্ৰচাৰ চলালে প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷
![প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2865511-827-a443f721-c553-4868-b551-0856be9c2944.jpg)
প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ
কৰিমগঞ্জ, 1 এপ্ৰিলঃ প্ৰৱল বতাহ বৰষুণেও প্ৰচাৰ অভিযানত বাধা দিব পৰা নাই কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ ৷ যি কোনো উপায়েৰে ভোটাৰৰ কাষ চাপিব তেওঁ ৷ বিগত 20 বছৰ কাল সমষ্টিটো আছিল বেলেগ দলৰ হাতত ৷ এইবাৰ সেইবাবে সমষ্টিটোৰ পুনৰুদ্ধাৰৰ বাবে নামিছে গেৰুৱা দল ৷
প্ৰতিকূল বতৰকো নেওচি বি জে পি'ৰ নিৰ্বাচনী প্ৰচাৰ