অসম

assam

ETV Bharat / state

সুৰামত্ত হৈ থাকে কৃপানাথ মাল্লা ! - চিদ্দিক আহমেদ

কৰিমগঞ্জত কংগ্ৰেছৰ এক কৰ্মী সভাত এই অভিযোগ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ

By

Published : Apr 4, 2019, 1:45 PM IST

কৰিমগঞ্জ , 04 এপ্ৰিল : "কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই সন্ধিয়াৰ পৰাই সুৰা পান কৰি থাকে" ৷ এই অভিযোগ কংগ্ৰেছ নেতা তথাপ্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বাসগৃহত অনুষ্ঠিত হোৱা এক কৰ্মী সভাত এই অভিযোগ কৰে তেওঁ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ

এই সভাত চিদ্দিক আহমেদে বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰী যদি চকীদাৰ হয় তেন্তে বিজয় মালিয়া আৰু নিৰৱমোডী কেনেকৈ দেশৰ বাহিৰলৈ ওলাই গ'ল ৷ ইয়াৰোপৰিবিজেপি চৰকাৰে চূড়ান্ত দুৰ্নীতি কৰি প্ৰতিজন প্ৰাৰ্থীক 15 কোটি টকা প্ৰদান কৰিছে বুলিও অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details