অসম

assam

By

Published : Mar 28, 2019, 10:53 PM IST

ETV Bharat / state

কৰিমগঞ্জ জিলাৰ বদৰপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

বন্ধ হৈ পৰিছে বদৰপুৰ উপসংমণ্ডলৰ অধীনৰ প্ৰায় সকলো জল প্ৰকল্প

কৰিমগঞ্জ জিলাৰ ৱদৰপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

কৰিমগঞ্জ,২৮ মাৰ্চঃ কৰিমগঞ্জৰ বদৰপুৰত খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি । সম্প্ৰতি বন্ধ হৈ পৰিছে বদৰপুৰ উপসংমণ্ডলৰ অধীনৰ প্ৰায় সকলো জল প্ৰকল্প । কোনো ঠাইত যদি তেলৰ অভাৱ হৈছে ,আন ঠাইত আকৌ বিভাগীয় কৰ্মীৰ হেমাহিৰ বাবে উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ । ইফালে জনপ্ৰতিনিধিয়ে পালন কৰা নাই নিজৰ প্ৰতিশ্ৰুতি । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ । লগতে আগন্তুক নিৰ্বাচনত ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিব বুলি সাধাৰণ ৰাইজে মন্তব্য কৰে সাংবাদিকৰ ওচৰত ।

কৰিমগঞ্জ জিলাৰ ৱদৰপুৰত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

ABOUT THE AUTHOR

...view details