অসম

assam

By

Published : May 29, 2019, 5:22 PM IST

ETV Bharat / state

বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক ৷ কথমপি প্ৰাণ ৰক্ষা ট্ৰাকচালকৰ

ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

  • বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
  • বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্ৰীগৌৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক।
  • বদৰপুৰৰ যানবাহন আৰক্ষী চমচুল ইছলামে দিয়া তথ্য মতে ত্ৰিপুৰাৰ পৰা আহি আছিল ট্ৰাকখন।
  • শ্ৰীগৌৰি পোৱাৰ সময়ত ট্ৰাকখনে সন্মুখেৰে দ্ৰুতবেগেৰে আহি থকা আন এখন ট্ৰাকক পথ এৰি দিবলৈ লওতেই ট্ৰাকখন ঘাইপথৰ পৰা বাগৰি পৰে ।
  • এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকচালকজনৰ।
  • বৰ্তমান আৰক্ষী ব্যস্ত হৈ পৰিছে ট্ৰাকখন উদ্ধাৰ কৰাৰ বাবে ।

ABOUT THE AUTHOR

...view details