অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ৰাস উদযাপন - বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ৰাস উদযাপন

পাথাৰকান্দিৰ উনাম গাঁৱত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে 83 সংখ্যক ৰাস মহোৎসৱ ৷

AS_KRJ_bishnupriya-manipuri-society-raas-festival_vis_ASC10028
কৰিমগঞ্জত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ৰাস উদযাপন

By

Published : Dec 1, 2020, 2:20 PM IST

কৰিমগঞ্জ,1 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পাথাৰকান্দিৰ উনাম গাঁৱতো উদযাপন কৰা হৈছে 83 সংখ্যক ৰাস মহোৎসৱ ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ উল্লেখ্য যে,বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৰাস মহোৎসৱ হৈছে সৰ্বাধিক জনপ্ৰিয় ৷

কৰিমগঞ্জত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ ৰাস উদযাপন

উনাম গাঁৱৰ সমান্তৰালকৈ পাথাৰকান্দি সমষ্টিৰ মন্ত্ৰীগ্ৰাম আৰু শিবেৰগুলটো পালন কৰা হৈছে ৰাস মহোৎসৱ ৷ যদিও এইবেলি কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ বছৰৰ তুলনাত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এই মহোৎসৱ ৷

লগতে পঢ়ক-নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

ABOUT THE AUTHOR

...view details