অসম

assam

ETV Bharat / state

কৰিমগঞ্জত চিপিআইএম ৰ প্ৰতিবাদ

কৰিমগঞ্জত ৰাজ্যৰ কৃষকসকলৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে চিপিআইএমে সাব্যস্ত কৰে প্ৰতিবাদ৷ প্ৰতিবাদকাৰীসকলে দাবী অতি শীঘ্ৰে চৰকাৰে কৃষকসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰক৷

By

Published : Jul 23, 2020, 7:38 PM IST

CPIM-PROTEST-KARIMGANJ
কৰিমগঞ্জত চিপিআইএম ৰ প্ৰতিবাদ

কৰিমগঞ্জ,23জুলাই:আজি কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম পাথাৰকান্দি আঞ্চলিক কমিটিয়ে ৷ জিলাখনৰ লোয়াইৰপোয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখনত কৃষকসকলৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংগঠনটোৰ সদস্য সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

কৰিমগঞ্জত চিপিআইএম ৰ প্ৰতিবাদ

অন্য এক খবৰৰ বাবে:দুটা পৃথক হত্যাকাণ্ডত শিশু সহিতে ৫ জনৰ মৃত্যু

প্ৰতিবাদকাৰীসকলৰ মন্তব্য অনুসৰি,ৰাজ্যৰ কৃষকসকলে বৰ্তমানেও তেওঁলোকৰ উচিত প্ৰাপ্য লাভ কৰা নাই ৷ যাৰ বাবে বহু কৃষকে আত্মহত্যাৰ দৰে পথ বাচি ল'ব লগা হৈছে ৷ বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চিপিআইএমৰ সদস্যসকলে সাংবাদিকৰ আগত উল্লেখ কৰে ৷ অতি শীঘ্ৰে ৰাজ্যৰ কৃষকসকলক সহায়ৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details