কৰিমগঞ্জ,3 ফেব্ৰুৱাৰী: বুধবাৰে কৰিমগঞ্জত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক দলীয় সমাৰোহ ৷ সমাৰোহখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুৰ বৰা, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেব, সাংসদ প্ৰদ্যুত বৰদলৈকে ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিহাৰৰ বিধায়ক ছাকিল আহমদ খান উপস্থিত আছিল ৷
কৰিমগঞ্জত কংগ্ৰেছৰ সমাৰোহ - karimganj congress meeting
বুধবাৰে কৰিমগঞ্জত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সমাৰোহ ৷ এই সমাৰোহত দলটোৰ কেইবাগৰাকীয়ো নেতা-কৰ্মী উপস্থিত থাকে ৷

কৰিমগঞ্জত কংগ্ৰেছৰ সমাৰোহ
কৰিমগঞ্জত কংগ্ৰেছৰ সমাৰোহ
এই সমাৰোহত জিলাখনৰ প্ৰায় 4 হাজাৰ কংগ্ৰেছ কৰ্মী উপস্থিত আছিল ৷ আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ৰাজ্যৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে কংগ্ৰেছক ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায় কংগ্ৰেছে ৷
লগতে পঢ়ক-চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?