ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান দুই হিন্দুত্ববাদী সংগঠনৰ
ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷
ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান দুই হিন্দুত্ববাদী সংগঠনৰ
কৰিমগঞ্জ, 05 চেপ্তেম্বৰঃ ছয় চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে ৷ সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত অধিকাংশ হিন্দুৰ নাম কৰ্তন হোৱাৰ প্ৰতিবাদত বন্ধৰ আহ্বান জনাইছে সংগঠন দুটাই ৷ লগতে এন আৰ চিৰ জৰিয়তে সমগ্ৰ অসমতে হিন্দু সকলৰ মাজত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি সংগঠন দুটাৰ নেতৃত্বই মন্তব্য কৰে ৷