অসম

assam

ETV Bharat / state

কৰিমগঞ্জত আহত অৱস্থাত ৰে'ল পথত উদ্ধাৰ যুৱক

কৰিমগঞ্জত আহত অৱস্থাত উদ্ধাৰ যুৱক ৷ ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ যুৱকজনক ৷

By

Published : Nov 14, 2020, 10:57 AM IST

injured-youth-rescued-in-karimganj
কৰিমগঞ্জত আহত অৱস্থাত ৰে'ল পথত যুৱকক উদ্ধাৰ

কৰিমগঞ্জ, 14 নৱেম্বৰ :শনিবাৰে কৰিমগঞ্জৰ ৰে'ল লাইনতন এজন অচিনাক্ত যুৱকক আহত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে,শনিবাৰে পুৱা বদৰপুৰ-কৰিমগঞ্জ ৰে'ল লাইনত এজন যুৱক পৰি থকা দেখি স্থানীয় ৰাইজে বদৰপুৰ ৰে'ল আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে যুৱকজনক ৰে'লে মহতিয়াই নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :ফটকাবিহীন দীপাৱলী উদযাপন কৰাৰ দিশে মহানগৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details