পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক - কয়লাৰ ব্যৱসায়
পাথাৰকান্দিত দেওবাৰে আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা এখন কয়লা কঢ়িয়াই অনা ট্ৰাক। ট্ৰাক খনৰ নম্বৰ HR-46E-5149 ৷
পাথাৰকান্দিত কয়লা ভৰ্তি ট্ৰাক জব্দ, আটক চালক
পাথাৰকান্দি,18আগষ্টঃ
- মেঘালয়ৰ পৰা অসম হৈ ত্ৰিপুৰালৈ অব্যাহত আছে কয়লাৰ ব্যৱসায়
- ভুৱা নথিৰে একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে কয়লাৰ ব্যৱসায়
- দেওবাৰে গোপন সূত্ৰৰ পম খেদি কয়লা কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে
- চূড়াইবাৰী আৰক্ষীয়ে জব্দ কৰে ভুৱা নথিপত্ৰ থকা HR-46E-5149 নম্বৰৰ ট্ৰাকখন
- লগতে আৰক্ষীয়ে আটক কৰে চালক আৰু সহচালকক