অসম

assam

ETV Bharat / state

ত্ৰিপুৰাত জব্দ পঞ্চাশ লাখ টকাৰ নিচা জাতীয় সামগ্ৰী, আটক যুৱক - কমৰুল আলম

পঞ্চাশ লাখ টকাৰ নিচা জাতীয় সামগ্ৰীৰ সৈতে ত্ৰিপুৰাত আটক কৰিমগঞ্জৰ যুৱক । শিলচৰ-আগৰতলা পেচেঞ্জাৰ ট্ৰেইনত অভিযান চলায় আৰক্ষীৰ এই সফলতা ৷

ত্ৰিপুৰাত জব্দ পঞ্চাশ লাখ টকাৰ নিচা জাতীয় সামগ্ৰী, আটক যুৱক

By

Published : Sep 17, 2019, 11:20 PM IST

  • শিলচৰ-আগৰতলা পেচেঞ্জাৰ ট্ৰেইনত জব্দ পঞ্চাশ লাখ টকাৰ নিচা জাতীয় সামগ্ৰী
  • নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক এজন সৰবৰাহকাৰী
  • ৰে’লখনত তালাচী চলাই ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে বিশ হেজাৰ ইয়াবা টেবলেট
  • সৰবৰাহকাৰী যুৱকজনৰ নাম কমৰুল আলম
  • কমৰুল আলমৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত টিলাবাৰী এক নং ৱাৰ্ডত
    পঞ্চাশ লাখ টকাৰ নিচা জাতীয় সামগ্ৰী
  • জব্দকৃত ইয়াবা টেবলেটৰ বজাৰ মূল্য হ’ব প্ৰায় পঞ্চাশ লাখ টকা
  • গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি ত্ৰিপুৰা আৰক্ষীয়ে নদিয়াপুৰ ৰে’ল ষ্টেচন চলাই অভিযান
  • সামগ্ৰীখিনি শিলচৰৰ পৰা আগৰতলা লৈ যোৱাৰ সন্দেহ
  • বৰ্তমানে ধৃত কমৰুল ইছলাম'ক চুৰাইবাড়ী আৰক্ষী থানাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে
  • নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীত ৰাজনৈতিক দলৰ নেতাৰ নাম চৰ্চালৈ আহিছে
  • আৰক্ষীৰ তদন্তৰ পাচতে পোহৰলৈ আহিব সকলো তথ্য

ABOUT THE AUTHOR

...view details