কৰিমগঞ্জ, 18 আগষ্টঃ উত্তৰ ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নেতৃত্বত ধৰ্মনগৰ চহৰৰ ৰাজবাৰী এলেকাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 20 লাখ টকা মূল্যৰ নিচা সামগ্ৰী । আৰক্ষীৰ এই অভিযানত সঞ্জীৱ কালোৱাৰ আৰু নিৰ্মল কালোৱাৰ নামৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, ধৰ্মনগৰ চহৰৰ ৰাজবাৰী এলেকাত দীৰ্ঘদিনৰ পৰা এই দুইজনে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল ৷
20 লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ কৰিমগঞ্জত এজনক গ্ৰেপ্তাৰ - ৰাজবাৰী
উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নেতৃত্বত ধৰ্মনগৰ চহৰৰ ৰাজবাৰী এলেকাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 20 লাখ টকা মূল্যৰ বিভিন্ন নিচা জাতীয় সামগ্ৰী ৷

প্ৰায় 20 লাখ টকা মুল্যৰ বিভিন্ন নিচা জাতীয় সামগ্ৰী জব্দ
প্ৰায় 20 লাখ টকা মুল্যৰ বিভিন্ন নিচা জাতীয় সামগ্ৰী জব্দ
আনহতে এই ঘটনাৰ পিছত মাদক সংক্ৰান্ত গোচৰৰ তদন্তত গাফিলতিৰ বাবে কাঞ্চনপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মিকা ডাৰলংকক আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে ।