কৰিমগঞ্জ, 11 ছেপ্টেম্বৰ:অসমৰপ্ৰাক্তন মুখ্য সচিব অৰুণোদয় ভট্টাচাৰ্যৰ মৃত্যু (Arunoday Bhattacharya passes away) ৷ শনিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ভট্টাচাৰ্যই ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ শাসনকালত মুখ্য সচিব হিচাপে অধিষ্ঠিত হৈছিল ভট্টাচাৰ্য (Former Chief Secretary Arunoday Bhattacharya) ৷ এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে অৰুণোদয় ভট্টাচাৰ্য পৰিচিত আছিল ৷