কৰিমগঞ্জ, 8 নৱেম্বৰঃ কৰিমগঞ্জত আটক পাঁচটাকৈ দূধৰ্ষ ডকাইত ৷ ডকাইত বিচাৰি নিলামবাজাৰ আৰক্ষীৰ নেতৃত্বত শিলচৰ চহৰত কাছাৰ আৰু নিলামবজাৰ আৰক্ষীৰ অভিযান ৷ শিলচৰৰ চহৰৰ সৈতে সংলগ্ন শিলডুবি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে আলি আছকৰ, শান্তু দাস, আলতাফ হুছেইন, আব্দুল জলিল, আৰু সাজু মিঞা লস্কৰ নামৰ ডকাইত কেইটাক ৷ ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোকা অস্ত্ৰ, মোবাইল ফোনৰ লগতে সোণৰ অলংকাৰ ৷
কৰিমগঞ্জ আৰক্ষীৰ জালত পাঁচ দুধৰ্ষ ডকাইত - five dacoit arrest at Karimghanj
ডকাইত বিচাৰি নিলামবাজাৰ আৰক্ষীৰ নেতৃত্বত শিলচৰ চহৰত কাছাৰ আৰু নিলামবজাৰ আৰক্ষীৰ অভিযান ৷ শিলচৰৰ চহৰৰ সৈতে সংলগ্ন শিলডুবি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে পাঁচটাকৈ দূধৰ্ষ ডকাইতক ৷

কৰিমগঞ্জত পাঁচটাকৈ দূধৰ্ষ ডকাইত আটক
কৰিমগঞ্জত পাঁচটাকৈ দূধৰ্ষ ডকাইত আটক
উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰিমগঞ্জৰ নিলামবজাৰ থানা এলেকাৰ বাংলাদেশ সীমান্তত সংঘটিত দুটাকৈ ডকাইতি কাণ্ডৰ লগত জড়িত আছিল ডকাইত কেইটা ৷ আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰে ধৃত ডকাইত কেইটাই ৷