অসম

assam

ETV Bharat / state

সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত বাংলাদেশী গৰু চোৰ - ফুলকান্দি

নিশা কৰিমগঞ্জৰ ফুলকান্দিত গুলিয়াগুলি

By

Published : Aug 24, 2019, 12:19 PM IST

Updated : Aug 24, 2019, 11:01 PM IST

12:07 August 24

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নিশা সীমান্ত আৰক্ষীয়ে চলাইছিল এই অভিযান

সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত বাংলাদেশী গৰু চোৰ

কৰিমগঞ্জ,24আগষ্টঃ

  • কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকান্দিত নিশা সীমান্ত আৰক্ষীৰ গুলীচালনা
  • চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নিশা সীমান্ত আৰক্ষীয়ে চলাইছিল অভিযান
  • ফুলকান্দি বিওপি এলেকাত সংঘটিত হৈছে এই ঘটনা
  • সীমান্ত আৰক্ষীৰ গুলিত নিহত হৈছে এটা গৰু চোৰ
  • সীমান্ত আৰক্ষীৰ মতে নিশা চোৰাং গৰু সৰবৰাহকাৰী দলে ফেনচিং কাটি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল
  • ঘটনা সংঘটিত হোৱাৰ পাছতেই ফুলকান্দিত উপস্থিত হয় আৰক্ষীৰ লগতে সীমান্ত আৰক্ষীৰ দল
  • ম্যাজিষ্টেট অহাৰ পিছত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় চোকা অস্ত্ৰ, মোবাইল
  • নিহত লোকজনৰ নাম আব্দুল ৰূপ
  • নিহত আব্দুলৰ ঘৰ বাংলাদেশত বুলি জানিব পৰা গৈছে
Last Updated : Aug 24, 2019, 11:01 PM IST

ABOUT THE AUTHOR

...view details