অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ হিজিম গাঁৱত অগ্নিকাণ্ড

অগ্নিকাণ্ডত জাহ যায় ৰাষ্ট্ৰপতি পদকৰ লগতে প্ৰায় ৫০ লাখ টকা অধিক সা-সম্পতি ।শ্বৰ্ট-চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে ।

By

Published : May 22, 2019, 10:47 PM IST

কৰিমগঞ্জৰ হিজিম গাওঁত ভয়াবহ অগ্নিকাণ্ড

কৰিমগঞ্জ, 22 মে’: কৰিমগঞ্জৰ নিলামবাজাৰ হিজিম গাঁৱত ভয়াৱহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত প্ৰয়াত শিক্ষক আছাইদ আলীৰ ঘৰ । অগ্নিকাণ্ডত জাহ যায় ৰাষ্ট্ৰপতি পদকৰ লগতে প্ৰায় ৫০ লাখ টকা অধিক সা-সম্পতি ।শ্বৰ্ট-চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আছাইদ আলীৰ পুত্ৰ লোকমান আহমেদে ।

কৰিমগঞ্জৰ হিজিম গাওঁত ভয়াবহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details