কৰিমগঞ্জ, 31 মে' :কৰিমগঞ্জ জিলাৰ পৰা বঙাইগাঁৱলৈ ১৯ জন লোকক প্ৰেৰণ কৰাৰ বাবে AS-10-AC-0901 নম্বৰৰ এখন ট্ৰেভেলাৰক অনুমতি পত্ৰ প্ৰদান কৰি সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে কৰিমগঞ্জৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ ৷
চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰি বিপদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া - FAKE PASS FIR ISSUED AGAINST TRAVELER OWNER IN KARIMGANJ ETV BHARAT ASSAM
বাহনৰ মালিকপক্ষই এই চৰকাৰী অনুজ্ঞা পত্ৰখনত অন্য এখন গাড়ীৰ নম্বৰ লিখি পত্ৰখনৰ তাৰিখ সলনি কৰি গাড়ীখনক কৰিমগঞ্জৰ পৰা বৰপেটা লৈ যাত্ৰী অনাৰ বাবে পঠিয়াই দিয়ে ।

চৰকাৰী অনুজ্ঞা পত্ৰ প্ৰদান কৰি বিপদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
চৰকাৰী অনুজ্ঞা পত্ৰ প্ৰদান কৰি বিপদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
কিন্তু বাহনৰ মালিকপক্ষই এই চৰকাৰী অনুজ্ঞা পত্ৰখনত অন্য এখন গাড়ীৰ নম্বৰ লিখি পত্ৰখনৰ তাৰিখ সলনি কৰি গাড়ীখনক কৰিমগঞ্জৰ পৰা বৰপেটা লৈ যাত্ৰী অনাৰ বাবে পঠিয়াই দিয়ে । উক্ত ঘটনা সন্দৰ্ভত অৱগত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰ বাহনৰ মালিকপক্ষৰ বিৰুদ্ধে ভুৱা অনুজ্ঞাপত্ৰ বনোৱাৰ বাবে সদৰ থানাত ইতিমধ্যে এখন গোচৰ ৰুজু কৰিছে ।