এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ - সাধৰণ জনতাই ভুগি অহা যন্ত্ৰণা
সদ্যপ্ৰকাশিত এন আৰ চিৰ বিসংগতিৰ বাবে ১০টাকৈ বেণ্ডৰ দলৰ লগতে শিল্পীসকলে কৰিমগঞ্জৰ ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ ৷
![এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4365165-thumbnail-3x2-pr.jpg)
এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ
কৰিমগঞ্জ,7ছেপ্টেম্বৰ :সদ্যপ্ৰকাশিত এন আৰ চিৰ বিসংগতিৰ বাবে ক্ষুব্ধ হৈ পৰিছে শিল্পী সমাজ ৷ শনিবাৰে কৰিমগঞ্জত শিল্পীসকলে এন আৰ চিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ গীত পৰিৱেশন কৰি শিল্পীসকলে সাব্যস্ত কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ১০টাকৈ বেণ্ডৰ দলে ৷ এন আৰ চিৰ নামত সাধাৰণ জনতাই ভুগি অহা যন্ত্ৰণাৰ লগতে বহু ভাৰতীৰ নাম এন আৰ চিৰ তালিকাত সন্নিৱিষ্ট নোহোৱাত শিল্পীসকল ক্ষোভিত হৈ পৰে আৰু সাব্যস্ত কৰে এই প্ৰতিবাদ৷
এন আৰ চিৰ বিসংগতিৰ বাবে ৰাজপথত প্ৰতিবাদ শিল্পীৰ