ৱদৰপুৰ, 26 জুনঃছয় নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা আদৰকোনা অঞ্চলৰ মাজৰ পথছোৱাৰ চৰম দুৰাৱস্থা ৷ বিগত বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভূগি আছিল ইয়াৰে পথচাৰী সকলে ৷
ইটিভি ভাৰতৰ প্ৰভাৱঃ নিৰ্মাণ হ'ল পথ - ROAD
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ কৰিমগঞ্জ জিলা প্ৰশাসনৰ গা লৰিছে যদিও এতিয়াও জীয়াতু ভুগিব লগা হৈছে পথচাৰী ৷

পথ মেৰামতিৰ নমুনা !
পথ মেৰামতিৰ নমুনা !
অৱশেষত ইটিভি ভাৰতৰ বাতৰি পাচতেই গা লৰিছে কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ ৷ দুদিন ধৰি নিৰ্মাণ কৰা হৈছে এটা কালভাৰ্ট ৷ অৱশ্যে এতিয়াও সম্পূৰ্ণ ৰূপে যাতায়তৰ উপযুক্ত হৈ উঠা নাই পথটো ৷ এতিয়া ৰাইজৰ এটাই আশা শীঘ্ৰে সম্পূৰ্ণ কৰা হওক পথচোৱাৰ মেৰামতিৰ কাম ।
Last Updated : Jun 26, 2019, 7:22 AM IST