প্ৰিজাইডিং অফিচাৰৰ সন্মুখতে চলিল ৰিগিং ৷ সাংবাদিকৰ প্ৰশ্নত নিজ মুখেই প্ৰিজাইডিং অফিচাৰে স্বীকাৰ কৰিছে ৰিগিঙৰ সত্যতা ৷
সাংবাদিকৰ প্ৰশ্ন 1.কি হৈছে ইয়াত?
উত্তৰ:হয়, পৰিয়ালৰ সকলো সদস্যৰ হৈ ভোট প্ৰদান কৰিছে এজন ব্যক্তিয়ে ৷

প্ৰশ্ন 2.এজন ব্যক্তিয়ে কেইটাকৈ ভোট প্ৰদান কৰিছে?
উত্তৰ:এজন ব্যক্তিয়ে 14-15 টাকৈ ভোট দিছে ৷
প্ৰশ্ন. 3: কেনেদৰে সংঘটিত হ'ল এই ঘটনা?
উত্তৰ: আমাৰ কাম হৈছে ভোট লোৱা ৷ মই ভোট লৈ আছো ৷ বাকীবোৰ চাবলৈ নিৰাপত্তাৰক্ষী আছে ৷