অসম

assam

By

Published : May 5, 2019, 11:55 AM IST

ETV Bharat / state

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

বৰ্তমান কৰিমগঞ্জত সুলভ হৈ পৰিছে ড্ৰাগ্ছ ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ প্ৰজন্মক বিপথে পৰিচালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

কৰিমগঞ্জ, 5 মে': কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ৰাইজৰ অভিযান ৷ জিলাখনৰ বনমালি ৰ'ডত ড্ৰাগছ সহ হাতে লোটে আটক কৰা হয় সুমন দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক । উত্তেজিত ৰাইজে সুমন দাসক প্ৰথমে উত্তম মধ্যম সোধাই আৰু তাৰ পিচত আৰক্ষীক গতাই দিয়ে ।

কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান

উল্লেখযোগ্য যে, বৰ্তমানে কৰিমগঞ্জত বৰ্তমান সুলভ হৈ পৰিছে ড্ৰাগ্ছ ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশই ড্ৰাগছৰ নামত যুৱ প্ৰজন্মক বিপথে পৰিচালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ আৰক্ষীৰ নিৰৱ ভূমিকাত ক্ষোভ প্ৰকাশ অঞ্চলৰ সচেতন নাগৰিকৰ ৷

ABOUT THE AUTHOR

...view details