অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ চেৰাগীত আটক ড্ৰাগছ সৰবৰাহকাৰী

স্থানীয় ৰাইজৰ অভিযানত আটক সৰবৰাহকাৰীকেইটা ৷ নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰে আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক ৷ আটকাধীন দুই যুৱকৰ পৰা উদ্ধাৰ 100 খন নকল পাঁচশ টকীয়া নোট আৰু আৰু প্ৰিণ্ট নকৰা চাৰি বান্দিল বগা কাগজ

By

Published : Jun 10, 2019, 9:48 PM IST

কৰিমগঞ্জৰ চেৰাগীত আটক ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জৰ চেৰাগীত আটক ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ, 10 জুনঃ কৰিমগঞ্জৰ চেৰাগী বজাৰত থকা লাইন হোটেলৰ সম্মুখত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ স্থানীয় ৰাইজৰ অভিযানত আটক সৰবৰাহকাৰীকেইটা ৷ নকল টকাৰে ড্ৰাগছ কিনিবলৈ আহি ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰে আপ্তাব উদ্দিন আৰু হাছন আহমেদ নামৰ দুই যুৱক ৷ আটকাধীন দুই যুৱকৰ পৰা উদ্ধাৰ 100 খন নকল পাঁচশ টকীয়া নোট আৰু আৰু প্ৰিণ্ট নকৰা চাৰি বান্দিল বগা কাগজ ৷ আনহাতে, ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা যুৱক কেইজন পলাই যাবলৈ সক্ষম যদিও পেলাই থৈ যায় পালচাৰ বাইকখন ৷ আটক কৰা যুৱক দুজনক উত্তেজিত ৰাইজে উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷

ABOUT THE AUTHOR

...view details