অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ বদৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ - বদৰপুৰ আৰক্ষী]

বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো ৷ কোনো দুৰ্বৃত্তই লোকজনত হত্যা কৰি তেনেদৰে পানীত পেলাই থৈ যোৱা বুলি সন্দেহ বদৰপুৰ আৰক্ষীৰ ৷

কৰিমগঞ্জৰ বদৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
কৰিমগঞ্জৰ বদৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Jun 24, 2020, 12:10 AM IST

কৰিমগঞ্জ, 23 জুনঃ কৰিমগঞ্জৰ বদৰপুৰত মঙলবাৰে বিয়লি উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ বদৰপুৰ জগন্নাথপুৰৰ পথাৰত পানীত মৃতদেহ এটা ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ তাৰ পাচতেই খবৰ দিয়া হয় আৰক্ষীক ৷

ঘটনাস্থলীত বদৰপুৰ আৰক্ষী উপস্থিত হয় আৰু মৃহতেদটো উদ্ধাৰ কৰে ৷ মৃতদেহ উদ্ধাৰ কৰি প্ৰথমে আৰক্ষী চকীলৈ নিয়ে আৰু পাচত মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ জিলা হাস্পতাললৈ প্ৰেৰণ কৰে ৷

কৰিমগঞ্জৰ বদৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ কোনো দুৰ্বৃত্তই লোকজনত হত্যা কৰি তেনেদৰে পানীত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সম্পৰ্কে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃসেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details