অসম

assam

ETV Bharat / state

কৰিমগঞ্জত সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা - আনটো দুৰ্ঘটনা সংঘটিত হয় মখইভাঙ্গা দলঙত

দেওবাৰে কৰিমগঞ্জত সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা ৷ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মখইভাঙ্গা দলঙত সংঘটিত হোৱা দুৰ্ঘটনাত দুটাত আহত হয় 7জনকৈ লোক

কৰিমগঞ্জত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা

By

Published : Sep 9, 2019, 7:34 AM IST

Updated : Sep 9, 2019, 7:39 AM IST

বদৰপুৰ,9 ছেপ্টেম্বৰ :

  • কৰিমগঞ্জত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
  • প্ৰথম দুৰ্ঘটনাটো সংঘটিত হয় বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত
  • দুৰ্ঘটনাটোত আহত হয় চাৰিজনকৈ লোক
  • এখন চাৰিচকীয়া বাহনৰ খুন্দাত আহত হয় আটাইকেইজন লোক
  • আহত লোককেইজনক কৰিমগঞ্জ হাস্পতলত ভৰ্তি কৰা হয়
  • আনটো দুৰ্ঘটনা সংঘটিত হয় মখইভাঙ্গা দলঙত
  • এখন বাইকে ঠেলাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত বাইকত অহা দুজন লোকৰ এজন পানীত পৰি যায়
  • ঠেলা চালকজনৰ লগতে বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয়
  • আহত লোক দুজনক শ্ৰীগৌৰি হাস্পতলত ভৰ্তি কৰা হয়
  • বৰ্তমান আহত লোককেইজনৰ অৱস্থা সংকটজনক
    কৰিমগঞ্জত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা
Last Updated : Sep 9, 2019, 7:39 AM IST

ABOUT THE AUTHOR

...view details