কৰিমগঞ্জ, 12 জুন : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ ইয়াৰ লগত সংগতি ৰাখি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰ কংগ্ৰেছ কমিটিয়ে ৷
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বদৰপুৰ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ - প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰিমগঞ্জ জিলাৰ বদৰপুৰ কংগ্ৰেছ কমিটিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে’কাৰ্ড লৈ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বদৰপুৰ কংগ্ৰেছ কমিতিৰ প্ৰতিবাদ
কৰিমগঞ্জৰ বদৰপুৰস্থিত এটা পেট্ৰ’ল পাম্পৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বদৰপুৰ কংগ্ৰেছ কমিটিয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে’কাৰ্ড লৈ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আশুক উদ্দিন, জাকাৰিয়া আহমেদ, সন্দীপ নন্দী প্ৰমুখ আদিয়ে ৷
লগতে পঢ়ক : ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া