অসম

assam

By

Published : Jun 22, 2020, 9:35 PM IST

Updated : Jun 22, 2020, 10:24 PM IST

ETV Bharat / state

কৰ'ণাত আক্ৰান্ত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল

COVID-19 Positive MLA KRISHNENDU PAL
কৰ'ণাত আক্ৰান্ত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল

21:11 June 22

MLA COVID

কৰ'ণাত আক্ৰান্ত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল

পাথাৰকান্দি,22 জুনঃপাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপৰস্থিতি ৷ 18 জুনত নমুনা সংগ্ৰহ কৰা হৈছিল বিধায়ক গৰাকীৰ ৷

ইতিমধ্যে কোভিড-19 পজিটিভ ধৰা পৰিছে বিধায়ক কৃষ্ণেন্দু পালৰ ৷ বিধায়ক গৰাকীক বৰ্তমানে কৰিমগঞ্জৰ কোভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ পোৱা গৈছে | ৰাজ্যখনৰ প্ৰথম গৰাকী ৰাজনৈতিক নেতা কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক- গোলাঘাট নাৰ্ছিংহোমত কৰ'ণা সংক্ৰমণ

Last Updated : Jun 22, 2020, 10:24 PM IST

ABOUT THE AUTHOR

...view details