অসম

assam

আজি মহা শিৱৰাত্ৰি

By

Published : Mar 4, 2019, 9:30 PM IST

মহাদেৱৰ আৰাধনাত মুখৰ সমগ্ৰ ৰাজ্য

আজি মহা শিৱৰাত্ৰি

পুৰুহিতৰ মন্ত্ৰোচাৰণ আৰু মংগলময় ধ্বনিৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ শিৱ মন্দিৰসমূহ ।ইয়াৰ মাজতে কিছু ব্যতিক্ৰমী ৰূপত পূজা-অৰ্চনা চলিছে ৰাজ্যৰ এটা বিশেষ মন্দিৰত ।য'ত
নীলকণ্ঠৰ চৰণত অৰ্পণ কৰা হৈছেশ শ নাৰিকল ।

আজি মহা শিৱৰাত্ৰি

এয়া কৰিমগঞ্জৰ আদমটিলা এলেকাত অৱস্থিত বস্তিলাইন সন্যাসী বাৰী মন্দিৰ । আজি পুৱাৰে পৰাই এই মন্দিৰত বৈছে ভক্তৰ লানি নিচিনা সোঁত । জনশ্ৰুতি অনুসৰি, এই মন্দিৰত সৎ মনেৰে নৈবেদ্য হিচাপে নাৰিকল আগবঢ়ালে নাৰিকল সমূহ নিজে নিজে ফুটিব ধৰে । আৰু যি ভক্তৰে আগবঢ়োৱা নাৰিকল ফুটিব সেই ভক্তৰে পূৰ্ণ হ'ব মনোকামনা ।

ABOUT THE AUTHOR

...view details