কৰিমগঞ্জ,20 নৱেম্বৰ:সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জ জিলাৰ বৰাক আৰু কুশিয়াৰা নৈৰ পাৰত উদযাপন কৰা হৈছে ষট পূজা | সূৰ্যাস্তৰ আগে আগে মহিলা সকলে হাতত ফুল, বেলপাত আদি লৈ নদীৰ পাৰত উপস্থিত হয় ৷ বৰাক আৰু কুশিয়াৰা নৈত সূৰ্য দেৱতাক প্ৰণাম জনাবলৈ শ শ পুৰুষ মহিলা উপস্থিত হয় ৷
কৰিমগঞ্জত ষট পূজা উদযাপন
কৰিমগঞ্জ জিলাৰ বৰাক আৰু কুশিয়াৰা নৈৰ পাৰত উদযাপন কৰা হৈছে ষট পূজা ৷ বিগত বছৰ সমূহত জাক জমকতাৰে উদযাপন কৰা হৈছিল যদিও এইবাৰ ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷
কৰিমগঞ্জত ষট পূজা উদযাপন
জিলাখনৰ বিভিন্ন ধৰ্মৰ লোকে এই ষট পূজাত ভাগ লোৱাৰ লগতে নিজৰ মনৰ কামনা পূৰনৰ বাবে সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ বিগত বছৰ সমূহত জাক জমকতাৰে উদযাপন কৰা হৈছিল যদিও এইবাৰ ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷
লগতে পঢ়ক:অখিল গগৈক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ