বদৰপুৰ, 8 মাৰ্চ : বৰাকত ক্ষুব্ধ কাগজ কলৰ কৰ্মচাৰী৷ দীৰ্ঘদিন ধৰি বেতন বঞ্চিত হৈ থকা কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে নামিব প্ৰতিবাদত৷
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালতেই বৰাকত প্ৰতিবাদত বহিব কাছাৰ কাগজ কলৰ কৰ্মচাৰী - cachar paper mill worker
11 এপ্ৰিলত মোডীৰ জনসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে ৷
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালতেই বৰাকত প্ৰতিবাদত বহিব কাছাৰ কাগজ কলৰ কৰ্মচাৰী
11 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে 11 এপ্ৰিলত বৰাকৰ ৰামনগৰত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মোডীৰ নিৰ্বাচনী সভাৰ সময়তেই সভাৰ বাহিৰত প্ৰতিবাদত বহিব কাছাৰ কাগজ কল ৰিভাইভাল কমিটিয়ে ৷