কৰিমগঞ্জ,2 এপ্ৰিলঃকৰিমগঞ্জৰত শুকুৰবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কৰিমগঞ্জৰ ভাংগা সেলিমৰ আহমেদৰ বাসগৃহত অগ্নিকাণ্ডৰ ফলত 40 লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷
কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা - সা-সম্পত্তি
কৰিমগঞ্জৰ ভাংগা সেলিমৰ আহমেদৰ বাসগৃহত অগ্নিকাণ্ডৰ ফলত 40 লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷
![কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11256035-924-11256035-1617378614243.jpg)
কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা
বাসগৃহত অগ্নিসংযোগ হোৱা দেখি স্থানীয় ৰাইজৰে জুই নোমোৱালৈ চেষ্টা কৰে যদিও অগ্নিনিৰ্বাপক বাহীনিৰ সহযোগত হে জুই নোমোৱালৈ সক্ষম হয় ৷ সম্প্ৰতি কি কাৰণে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ ৷