কৰিমগঞ্জ, 4 ছেপ্তেম্বৰ:ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized) ৷
এক গোপন সূত্ৰ অনুসৰি শনিবাৰে নিশা মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতিৰ আধাৰত অভিযান চলাই কাছাৰ আৰক্ষীয়ে শিলচৰ তাৰাপুৰ আৰক্ষী ২ নং ৰেল গেট এলাকাৰ পৰা তিনিখনকৈ ট্ৰাকৰ পৰা ২০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে (Burmese supari seized in Cachar) ৷ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে ৷