ৰাজপথত প্ৰকাণ্ড গাঁতঃ ১২ঘন্টা ধৰি আৱদ্ধ যানবাহন - দক্ষিণ কৰিমগঞ্জ
অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁতৰ বাবেই আবদ্ধ হ'ল যান-বাহন

আচিমগঞ্জৰ ঘাইপথত ১২ঘন্টা ধৰি আবদ্ধ যানবাহন
দক্ষিণ কৰিমগঞ্জ, 25 মে': অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজঁট ৷ পাথাৰকান্দি সমষ্টিৰ আচিমগঞ্জ এলেকাত প্ৰায় ৫ কিলোমিটাৰলৈকে আবদ্ধ সহস্ৰাধিক যানবাহন | অসম ত্ৰিপুৰা সংযোগী আচিমগঞ্জত ঘাইপথৰ প্ৰকাণ্ড গাঁতৰ বাবেই আবদ্ধ হ'ল যান বাহন ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশাৰ পৰা এই মুহুৰ্তলৈকে প্ৰায় ১২ঘন্টা ধৰি আবদ্ধ হৈ আছে যানবাহন সমূহ |
আচিমগঞ্জৰ ঘাইপথত ১২ঘন্টা ধৰি আবদ্ধ যানবাহন
Last Updated : May 25, 2019, 9:38 PM IST