কাছাৰ, 10 নৱেম্বৰ :কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ অধীনৰ হাতিছৰা ভোলানাথপুৰ গাঁৱৰ এগৰাকী 80 বছৰীয়া মহিলা ডি ভোটাৰ ৰূপে চিহ্নিত হৈছে ৷ সীমান্ত আৰক্ষীয়ে শেহতীয়াকৈ মহিলা গৰাকীৰ হাতত জাননী প্ৰেৰণ কৰিছে ৷
কৰিমগঞ্জত 80 বছৰীয়া মহিলালৈ জাননী প্ৰেৰণ সীমান্ত আৰক্ষীৰ - বৰখলা সমষ্টি
সীমান্ত আৰক্ষীৰ বৃদ্ধা মহিলালৈ জাননী প্ৰেৰণ ৷ ডি ভোটাৰ ৰূপে চিহ্নিত কৰি জাননী প্ৰেৰণ আৰক্ষীৰ ৷

কৰিমগঞ্জত 80 বছৰীয়া মহিলালৈ জাননী প্ৰেৰণ সীমান্ত আৰক্ষীৰ
ইতিমধ্যে, ভাণ্ডাৰী দাস নামৰ মহিলা গৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে সীমান্ত আৰক্ষীয়ে ৷
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ