কৰিমগঞ্জ,17 ছেপ্তেম্বৰঃদেশৰ লোকপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ত্ৰিপুৰাত অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ ৷ বুধবাৰে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ উদ্যোগত আগৰতলাৰ বাধাৰঘাট সমষ্টিত অনুষ্ঠিত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ত্ৰিপুৰাত ৰক্তদান শিবিৰ
বুধবাৰে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ উদ্যোগত আগৰতলাৰ বাধাৰঘাট সমষ্টিত অনুষ্ঠিত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷ ৰক্তদান শিবিৰত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ নেতৃত্বত প্ৰায় 40 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ত্ৰিপুৰাত ৰক্তদান শিবিৰ
ৰক্তদান শিবিৰত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ নেতৃত্বত প্ৰায় 40 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কাৰ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ৰক্তদান এক মহান কাম বুলি কৈ ৰক্তদানৰ ফলত বহু লোকে নতুন জীৱন লাভ কৰিব বুলি মন্তব্য কৰে ৷