অসম

assam

কৃপানাথ মাল্লাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

By

Published : May 23, 2019, 9:19 PM IST

সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে জনায় যে মোদীয়ে দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱাৰ বাবেই কৰিমগঞ্জতো ৰাইজে বিপুল ভোটত জয়ী কৰালে কৃপানাথ মাল্লাক ৷

কৃপানাথ মালাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

বদৰপুৰ, 23 মে': কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই জয় লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷ সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে জনায় যে মোদীয়ে দেশৰ উন্নয়ন কৰিবলৈ সক্ষম হোৱাৰ বাবেই কৰিমগঞ্জতো ৰাইজে বিপুল ভোটত জয়ী কৰালে কৃপানাথ মাল্লাক ৷

কৃপানাথ মালাৰ জয়ত উৎফুল্লিত কৃষ্ণেন্দু পাল

ইয়াৰ লগতে বিধায়ক গৰাকীয়ে কৰিমগঞ্জ আৰু হাইলাকান্দি ৰাইজক ধন্যবাদ জ্ঞাপন কৰে পালে ৷

ABOUT THE AUTHOR

...view details