কৰিমগঞ্জ , 18 এপ্ৰিল : আজি 2019 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বিভিন্ন দলৰ প্ৰাৰ্থী সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহে পত্নী সহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ভোট দান