কৰিমগঞ্জ, 14 নৱেম্বৰঃ শনিবাৰৰ পুৱাই মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৷ দীপাৱলীৰ শুভ ক্ষণত পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ বাবে ধূপ চাকি জ্বলালে মুখ্যমন্ত্ৰীজনে ।
মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে - korimganj
উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে দেশৰ লগতে ৰাজ্যৰ সকলো কোণতে ৷ দীপাৱলীৰ শুভ ক্ষণত পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ বাবে ধূপ চাকি জ্বলালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

মাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ
উল্লেখ্য যে,শনিবাৰে সমগ্ৰ বিশ্বই পালন কৰিব পোহৰৰ উৎসৱ দিপাৱলী ৷ ইতিমধ্যে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে দেশৰ লগতে ৰাজ্যৰ সকলো প্ৰান্তত ৷
লগতে পঢ়কঃ গাড়ী চালকক গুলীয়াই ধন লৈ উধাও দুৰ্বৃত্ত