কৰিমগঞ্জ , 22 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে পাৰ হোৱা পাচত কৰিমগঞ্জত আৰক্ষীয়ে বিহু উপলক্ষে অনুষ্ঠিত কৰে বিহু অনুষ্ঠান ৷ দেওবাৰে কৰিমগঞ্জ চহৰৰ বাংলাদেশ সীমান্ততৰ সমীপত আৰক্ষীয়ে অনুষ্ঠিত কৰে এই বিহু অনুষ্ঠান ৷
কৰিমগঞ্জৰ বাংলাদেশ সীমান্ততৰ সমীপত আৰক্ষীৰ বিহু অনুষ্ঠান - বিহু অনুষ্ঠান
লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে পাৰ হোৱা পাচত কৰিমগঞ্জত আৰক্ষীয়ে অনুষ্ঠিত কৰে বিহু অনুষ্ঠান ৷
![কৰিমগঞ্জৰ বাংলাদেশ সীমান্ততৰ সমীপত আৰক্ষীৰ বিহু অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3070530-thumbnail-3x2-bdkgj1.jpg)
কৰিমগঞ্জৰ বাংলাদেশ সীমান্ততৰ সমীপত আৰক্ষীৰ বিহু অনুষ্ঠান
কৰিমগঞ্জৰ বাংলাদেশ সীমান্ততৰ সমীপত আৰক্ষীৰ বিহু অনুষ্ঠান
আৰক্ষীৰ এই বিহু অনুষ্ঠানত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয় উপস্থিত থাকে ৷ নিজৰ দায়িত্ব আৰু কর্তব্য পালনৰ বাবে আৰক্ষী সকল বিহু উপলক্ষে ঘৰলৈ যাব পৰা নাই বুলি সাংবাদিকৰ আগত কয় আৰক্ষী অধীক্ষকজনে ৷