কৰিমগঞ্জ,19 এপ্ৰিল: আজিৰে পৰা কৰিমগঞ্জত আৰম্ভ হৈছে বাসন্তী পূজা ৷ পৰম্পৰা ৰক্ষা কৰি কৰিমগঞ্জৰ টাউন কালী মন্দিৰত আয়োজন কৰা হৈছে বাসন্তী পূজা ৷ লোক বিশ্বাস অনুসৰি ৰামচন্দ্ৰই অসুৰসকলক বধ কৰাৰ বাবে এই পূজা অনুষ্ঠিত কৰা হয় ৷
কৰিমগঞ্জত আজিৰে পৰা আৰম্ভ বাসন্তী পূজা - karimganj
কৰিমগঞ্জৰ টাউন কালী মন্দিৰত পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা হৈছে বাসন্তী পূজা ৷ লোক বিশ্বাস অনুসৰি ৰামচন্দ্ৰই অসুৰসকলক বধ কৰাৰ বাবে এই পূজা অনুষ্ঠিত কৰিছিল ৷
ৰাজ্যৰ লগতে কৰিমগঞ্জতো আজিৰে পৰা আৰম্ভ হৈছে বাসন্তী পূজা
লগতে বসন্তকালত এই পূজা অনুষ্ঠিত কৰা হয় বাবে এই পূজাৰ নাম বাসন্তী পূজা । বাসন্তী পূজা আৰম্ভ হ'লেও ক'ভিডৰ বাবে অঞ্জলি দিয়া নহ'ব বুলি কৰিমগঞ্জৰ টাউন কালী মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰিছে ৷
লগতে পঢ়ক: অৱশেষত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল "ছেবা"