কৰিমগঞ্জ, 7 কৰিমগঞ্জ : শনিবাৰে ঘোষণা কৰা হৈছে ঘন্টীয়া বৰাক বন্ধ । ছাত্ৰ সংগঠন আকছাই আহ্বান জনোৱা এই বন্ধৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ বৰাক উপত্যকাৰ তিনিওখন জিলাত পৰিলক্ষিত হৈছে । পুৱা পাঁচ বজাৰ পৰা আৰম্ভ হৈছে এই বন্ধ । অসম-মিজোৰাম সীমান্তৰ সীমা বিবাদৰ স্থায়ী সমাধান আনকি অসমৰ সীমান্ত এলেকাত বসবাস কৰা লোকৰ নিৰাপত্তা বিচাৰি চলোৱা এই বন্ধৰ সমৰ্থন জনাইছে বহু সংগঠনে ।
পাথাৰকান্দিতো বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - আকছা
ছাত্ৰ সংগঠন আকছাই আহ্বান জনোৱা এই বন্ধৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ বৰাক উপত্যকাৰ তিনিওখন জিলাত পৰিলক্ষিত হৈছে । পুৱা পাঁচ বজাৰ পৰা আৰম্ভ হৈছে এই বন্ধ ।
PATHARKANDI BANDH
কৰিমগঞ্জ জিলাতো পোৱাৰে বৰা বন্ধৰ প্ৰভাৱ পৰিছে । দোকান-পোহাৰ সম্পূৰ্ণ বন্ধ । যানবাহানৰ চলাচল বন্ধ হোৱাৰ ফলত স্তব্ধ হৈছে যাতায়ত ব্যৱস্থা । আছিমগঞ্জ তিনিআলিত MSF সংগঠনৰ কৰ্মকৰ্তা সকলে পথ অবৰোধ কাৰ্যসূচী হাতত লৈছে ।
লগতে পঢ়ক :পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ