বদৰপুৰ,৩১ জুলাই: বিগত কেইবাদি ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ প্ৰতিবাদ আৰু নিহত সাংবাদিক সকললৈ শোক প্ৰকাশ কৰে বদৰপুৰ প্ৰেছ ক্লাৱৰ ।
সাংবাদিক আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ বদৰপুৰ প্ৰেছ ক্লাৱৰ - সাংবাদিক আক্ৰমণ
সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ ৷ নিহত সাংবাদিক সকললৈ শোক প্ৰকাশ বদৰপুৰ প্ৰেছ ক্লাৱৰ ৷
![সাংবাদিক আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ বদৰপুৰ প্ৰেছ ক্লাৱৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3993925-thumbnail-3x2-brpur.jpg)
সাংবাদিক আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ বদৰপুৰ প্ৰেছ ক্লাৱৰ
সাংবাদিক আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ বদৰপুৰ প্ৰেছ ক্লাৱৰ
মঙলবাৰে বদৰপুৰ প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত সভাপতি ছহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ প্ৰতিবাদ জনোৱা হয় । লগতে আক্ৰমণকাৰী সকলক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী প্ৰেছ ক্লাৱৰ সদস্য সকলৰ । উল্লেখ্য যে উক্ত সভাৰ মাজতে বিশেষ ভাৱে সন্মান জনোৱা হয় ইংলেণ্ডৰ ভাষা গৱেষক জেমস উইলিয়ামক ।