কৰিমগঞ্জ, 13 নৱেম্বৰ : কৰ'ণা মহামাৰীৰ সময়ত বিভিন্ন সচেতনতামূলক সেৱা আগবঢ়োৱা বাবে বদৰপুৰ প্ৰেছ ক্লাবক সন্মান প্ৰদান কৰিলে প্ৰেড ফাউণ্ডেশ্যন নামৰ এক বেচৰকাৰী সংস্থাই । শুকুৰবাৰে কৰিমগঞ্জৰ বাৰইগ্ৰামত এক অনুষ্ঠানৰ জৰিয়তে বদৰপুৰ প্ৰেছ ক্লাবক সন্মান প্ৰদান কৰা হয় ।
সচেতনতামূলক সেৱা আগবঢ়োৱা বাবে বদৰপুৰ প্ৰেছ ক্লাবলৈ সন্মান - কৰিমগঞ্জৰ বাৰইগ্ৰাম
বদৰপুৰ প্ৰেছ ক্লাবলৈ সন্মান ৷ সচেতনতামূলক সেৱা আগবঢ়োৱা বাবে প্ৰেড ফাউণ্ডেশ্যনে আগবঢ়ায় এই সন্মান ৷

বদৰপুৰ প্ৰেছ ক্লাবলৈ সন্মান