কৰিমগঞ্জত বাংলাদেশৰ সাংবাদিকক সম্বৰ্দ্ধনা - মিজানুৰ ৰহমান চৌধুৰী
বাংলাদেশ চট্টোগ্ৰামৰ দৈনিক আমাদেৰ বাংলা তথা দৈনিক আমাদেৰ চট্টোগ্ৰাম পত্ৰৰ সম্পাদক আৰু স্বত্বাধিকাৰী মিজানুৰ ৰহমান চৌধুৰী । সম্প্ৰতি কৰিমগঞ্জ ভ্ৰমণৰত সাংবাদিকগৰাকীক শনিবাৰে নিলামবাজাৰ ৰে'ল ষ্টেচনত দক্ষিণ কৰিমগঞ্জত কর্মৰত সাংবাদিক সংস্থাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

সাংবাদিক মিজানুৰ ৰহমান চৌধুৰীক সম্বৰ্ধনা
দক্ষিণ কৰিমগঞ্জ, 9 জুনঃ বাংলাদেশৰ জাতীয় প্ৰেছ ক্লাবৰ সদস্য তথা সাংবাদিক মিজানুৰ ৰহমান চৌধুৰীক সম্বৰ্দ্ধনা দক্ষিণ কৰিমগঞ্জৰ সংবাদিক সংস্থাৰ ৷ বাংলাদেশ চট্টোগ্ৰামৰ দৈনিক আমাদেৰ বাংলা তথা দৈনিক আমাদেৰ চট্টোগ্ৰাম পত্ৰৰ সম্পাদক আৰু স্বত্বাধিকাৰী মিজানুৰ ৰহমান চৌধুৰী । সম্প্ৰতি কৰিমগঞ্জ ভ্ৰমণৰত সাংবাদিকগৰাকীক শনিবাৰে নিলামবাজাৰ ৰে'ল ষ্টেচনত দক্ষিণ কৰিমগঞ্জত কর্মৰত সাংবাদিক সংস্থাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷