অসম

assam

ETV Bharat / state

আত্মনিৰ্ভৰ ভাৰতৰ সচেতনতা বৃদ্ধিৰ বাবে কৰিমগঞ্জত সজাগতা সভা

কৰিমগঞ্জৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ বাবে শনিবাৰে এছ.এইছ.জি গ্ৰুপে এখন সজাগতা সভা অনুষ্ঠিত কৰে ৷

সজাগতা সভা
সজাগতা সভা

By

Published : Dec 19, 2020, 4:30 PM IST

কৰিমগঞ্জ, 19 ডিচেম্বৰ:আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ বাবে শনিবাৰে কৰিমগঞ্জত সচেতনতা সভা অনুষ্ঠিত হয় ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এছ.এইছ.জি গ্ৰুপৰ উদোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সভাখন ৷

আত্মনিৰ্ভৰ ভাৰতৰ সচেতনতা বৃদ্ধিৰ বাবে কৰিমগঞ্জত সজাগতা সভা

সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশীষ নাথ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সকলোৰে সৈতে সকলোৰে বিকাশ মন্ত্ৰৰে সকলোকে আগবাঢ়ি আহি অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনালে বক্তা গৰাকীয়ে ৷

লগতে পঢ়ক:জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details