ৱদৰপুৰ, 15 এপ্ৰিলঃ কৰিমগঞ্জ বদৰপুৰত সোমবাৰে বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত মৃত্যু হয় এজন লোকৰ৷ মৃত ব্যক্তিজন আলাকুলিপুৰ গ্ৰামৰ আনছাৰুল হক মজুমদাৰ৷ জানিব পৰা মতে বিদুৎ বিভাগৰ পুৰণি তাঁৰ ছিঙি তলত পৰি থকা ফলত মৃত্যু হয় ব্যক্তিজনৰ ৷
বদৰপুৰত বিদুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু - ৱিদুৎ ৱিভাগ
বিদ্যুৎ বিভাগৰ পুৰণি তাঁৰ ছিঙি তলত পৰি থকাৰ ফলত আনছাৰুল হক মজুমদাৰ নামৰ লোকজনৰ মৃত্যু ৷

ৱদৰপুৰত ৱিদুৎ পৃষ্ঠ হৈ এজনৰ মৃত্যু
স্থানীয় ৰাইজে বিভাগটোক আগতেও এনে ঘটনা সমূহৰ বিষয়ে অৱগত কৰিছে যদিও ৰাইজৰ কথালৈ কৰ্ণপাত নকৰাই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে৷