কৰিমগঞ্জ, ২৩ মেঃ কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।
কৰিমগঞ্জলৈ আহিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস - Ranjit Das
23 বছৰৰ অন্তত কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী জয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কৰিমগঞ্জৰ বিজেপি কৰ্মী সকল । কাইলৈ হ'ব লগীয়া বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।

কৰিমগঞ্জলৈ আহিব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
কৰিমগঞ্জ এক নং তপশিলি সংৰক্ষিত লোকসভা আসনত বিজেপি প্ৰাৰ্থী কৃপানাথ মালা বিজয়ী হোৱাৰ পিছত কৰিমগঞ্জৰ প্ৰান্তে প্ৰান্তে বিজেপি সমৰ্থক সকল উৎফুলিত হৈ পৰিছে । উল্লেখ্য যে, 23 বছৰৰ অন্তত কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী জয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কৰিমগঞ্জৰ বিজেপি কৰ্মী সকল । কাইলৈ হ'ব লগীয়া বিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ বিজয় উৎসৱত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।