কৰিমগঞ্জ, 3 মেঃ বুধবাৰে নিশা দক্ষিণ কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীয়ে লামাবাহাদুৰপুৰৰ পৰা এগৰাকী 14 বছৰীয়া অপহৃত কিশোৰী উদ্ধাৰ কৰে৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘটনাৰ মূল অভিযুক্ত সাহিন আহমেদ নামৰ লোকজনে সেই ঠাই এৰি পলায়ন কৰে যদিও ঘটনাৰ লগত জৰিত অন্য এজনক ইতিমধ্য গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
লামাবাহাদুৰপুৰত অপহৃত কিশোৰী উদ্ধাৰ - কৰিমগঞ্জ
আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘটনাৰ লগত জড়িত সাহিন আহমেদ নামৰ লোকজনে সেই ঠাই এৰি পলায়ন কৰে যদিও আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে৷
লামাবাহাদুৰপুৰত অপহৃত কিশোৰী উদ্ধাৰ
আৰু পঢ়ক ৰূপহীহাটত আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অন্তৰ্গত 457/365 ধাৰাত এক গোচৰ ৰুজু কৰে৷