অসম

assam

ETV Bharat / state

কৰিমগঞ্জত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহি

চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়নি ৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ স্থান পৰিদৰ্শন

By

Published : Aug 15, 2019, 4:50 AM IST

কৰিমগঞ্জত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহি

কৰিমগঞ্জত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহি

কৰিমগঞ্জ, 15 আগষ্ট : কৰিমগঞ্জত প্ৰস্তাৱিত কৃষি বিশ্ববিদ্যালয় স্থাপনত হেমাহিৰ অভিযোগ ৷ চৰকাৰৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ অটল বিহাৰী গণ সচেতনতা পৰিষদৰ ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৱিধানসভাৰ মালুয়া এলেকাত কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল চৰকাৰে । কৰিমগঞ্জৰ আকবৰপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াই মালুয়াৰ এই স্থান পৰিদৰ্শন কৰি এই মাটি কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে উপযোগী বুলি প্ৰতিবেদন দিলে যদিও আজিও কোনো কাম নোহোৱাৰ অভিযোগ সংগঠনটোৰ ৷ এইক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়নি প্ৰদান কৰে পৰিষদৰ সদস্যসকলে ৷

ABOUT THE AUTHOR

...view details